আফ্ৰিকান প্ৰব্ৰজনকাৰী কঢ়িয়াই নিয়া জাহাজ বুৰ গৈ বহুসংখ্যক লোকৰ মৃত্যু

pc-Sada EI Balad Sada EI balad

আফ্ৰিকান প্ৰব্ৰজনকাৰী কঢ়িয়াই নিয়া জাহাজ বুৰ গৈ বহুসংখ্যক লোকৰ মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা–  খুমছ চহৰৰ পৰা  ইউৰোপ অভিমুখে ৰাওনা হোৱা  জাহাজখন পানীত বুৰ যোৱাৰ ফলত প্ৰব্ৰজন কৰা  ৫৭জনৰ লোকৰ মৃত্যু ঘটিছে। দুৰ্ঘটনাৰ সময়ত জাহাজখনত মহিলা আৰু শিশুকে ধৰি ৭৫ জন প্ৰব্ৰজনকাৰী আছিল। ১৮জনে নিজে সাঁতুৰি বা মাছমৰীয়া জাহাজৰ সহায়ত প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।যাত্ৰা আৰম্ভ কৰাৰ পাছতে ইঞ্জিনৰ সমস্যাৰ বাবে জাহাজখন অচল হৈ পৰাৰ পাছতে বেয়া বতৰৰ বাবে পানীত বুৰ যোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰে।

(R.T)