আফগানিস্তান এৰিলে আমেৰিকান সেনাৰ অন্তিমটো দলে

pc Reuters

আফগানিস্তান এৰিলে আমেৰিকান সেনাৰ অন্তিমটো দলে

 অনলাইন বাৰ্ত্তাসেৱা – অন্তিম চৰম সীমা অন্ত পৰাৰ এদিন পূৰ্বে আফগানিস্তান এৰিলে আমেৰিকান সেনাৰ অন্তিমটো দলে। ইয়াৰ পিছতে কাবুলৰ ৰাজপথত তালিবানে ৰাইফলৰ গুলী ফুটাই বিজয় উৎসৱ পালন কৰে। ৩০ আগষ্টৰ নিশা আমেৰিকাৰ অন্তিম দলটোক কঢ়িয়ায় ৬খনকৈ বায়ু সেনাৰ বিমানে কাবুল এয়াৰপ’ৰ্টৰ পৰা উৰা মাৰে।

(Utpal Kalita)