আফগানিস্তানৰ কাবুলত বিস্ফোৰণঃ ৪ জন নিহত, ৫ জন আহত

pc Deccan Herald

অনলাইন বাৰ্ত্তাসেৱা – মঙলবাৰে আফগানিস্তানৰ কাবুলত সংঘটিত হোৱা বিস্ফোৰণত নিহত হয় কমেও চাৰিজন আৰু আহত হয় পাঁচজন লোক। এই ঘটনা সংঘটিত হয় কাবুলৰ মাইৱাণ্ড ষ্ট্ৰীটৰ চাৰ-ই-চক অঞ্চলত। আফগানিস্তানত তালিবানে দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ লগতে দেশখনৰ অধিকতৰ অঞ্চলৰ নিয়ন্ত্ৰণত লোৱাৰ ফলত সমগ্ৰ দেশতে হিংসাত্মক ঘটনা বৃদ্ধি পোৱা দেখা গৈছে।

(UD.)