আনন্দিত এয়াৰ ইণ্ডিয়া ঘূৰি আহিছে, এক বিশ্বমানৰ এয়াৰলাইন সৃষ্টি কৰিব: টাটা চন্সৰ অধ্যক্ষ

আনন্দিত এয়াৰ ইণ্ডিয়া ঘূৰি আহিছে, এক বিশ্বমানৰ এয়াৰলাইন সৃষ্টি কৰিব: টাটা চন্সৰ অধ্যক্ষ

ৰঙিলী বাৰ্ত্তাসেৱা-  আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়াৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে কয়, “আমি সম্পূৰ্ণ আনন্দিত যে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে আৰু টাটা গ্ৰুপত এয়াৰ ইণ্ডিয়াক ঘূৰাই পাই সুখী।” তেওঁ লগতে কয়, “আমি বিশ্বমানৰ এয়াৰলাইন গঢ়ি তুলিবলৈ সকলোৰে সৈতে কাম কৰাৰ বাবে আশাবাদী।” টাটা গ্ৰুপে ১৮,০০০ কোটি নিবিদা কৰি চৰকাৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ১০০% অংশীদাৰীত্ব অধিগ্ৰহণ কৰিছে।