আজি জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুগৰাকী সন্ত্ৰাসবাদী

pc-DNAindia

অনলাইন বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সেনাৰ সাফল্য।সেনাৰ গুলীত নিহত দুগৰাকী সন্ত্ৰাসবাদী।এতিয়ালৈকে সন্ত্ৰাসবাদী কেইজন কোন সংগঠনৰ জানিব পৰা হোৱা নাই।সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছে অভিযান।বৰ্তমানেও সেনাই চলাই আছেঅ অভিযান। by utpal kalita