আজিৰ ৰাশিফল

p.c Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ২৩তাৰিখ শনিবাৰ , ইংৰাজী ৮ জানুৱাৰী |
শুক্ল পক্ষ, ষষ্ঠী তিথি, দিনৰ ১০/৪২/৪১ মি. পৰা সপ্তমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/২১ মি.
সূৰ্য্যোস্থয় = ৪/৪৪/৪৯ মি.

জন্মতঃ= মীন ৰাশি (দ, চ) বিপ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, মনুষ্য অস্থি ||

আদ্যঋতু হলে ঃ= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ -মংগল ||

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ, দিনৰ ১০/৪২/৪১ মি. পৰা তাল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক দুঃচিন্তাত ভুগিব |
বৃষ = আত্মীয় সুখ লাভ কৰিব |
মিথুন = আনৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = অভিমানত আঘাত লাগিব |
সিংহ = সঞ্চয় বৃদ্ধি হব |
কন্যা = কৰ্মত নতুন যোগাযোগ লাভ কৰিব |
তুলা = সামাজিক সন্মান বৃদ্ধি হব |
বৃশ্চিক = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
ধনু = প্ৰাপ্য আদায় হব |
মকৰ = সমস্যা বৃদ্ধি হব |
কুম্ভ = সাধাৰণ আঘাত পোৱাৰ যোগ আছে |
মীন = শত্রুৰ পৰা ভয় আছে |