আজিৰ ৰাশিফল

p.c Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ২১তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৬ জানুৱাৰী |
শুক্ল পক্ষ, চতুৰ্থী তিথি, দিনৰ ১২/২৯/২২ মি. পৰা পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/১১ মি.
সূৰ্য্যোস্থয় = ৪/৪২/৫২ মি.

জন্মতঃ= কুম্ভ ৰাশি (গ, শ, স), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰী গন, কুম্ভীৰৰ অস্থি ||

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ -শুক্ৰ |

ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ, দিনৰ ১২/২৯/২২ মি. পৰা বেল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
কৰ্কট = জ্ঞান লাভৰ সুযোগ লাভ কৰিব |
সিংহ = আত্মীয়ৰ লগত সুখ লাভ কৰিব |
কন্যা = মনৰ পৰিবৰ্তন হব পাৰে |
তুলা = সমস্যাৰ সমাধান কৰিব পাৰিব |
বৃশ্চিক = নতুন বন্ধু লাভ কৰিব |
ধনু = মানসিক অশান্তিত ভুগিব লগা হব পাৰে |
মকৰ = ভ্ৰমনত কষ্ট ভোগ কৰিব |
কুম্ভ = কাৰ্য্য সুখ লাভ কৰিব |
মীন = কৰ্মত সফলতা অৰ্জন কৰিব |