আজিৰ ৰাশিফল

pc Times Colonist

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ২০তাৰিখ বুধবাৰ , ইংৰাজী ৫ জানুৱাৰী |
শুক্ল পক্ষ, তৃতীয় তিথি, দিনৰ ২/৩৪/২৩ মি. পৰা চতুৰ্থী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/৭ মি.
সূৰ্য্যোস্থয় = ৪/৪১/৫৮ মি.

জন্মতঃ= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱ গন, কুম্ভীৰৰ অস্থি ||

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ -শুক্ৰ |

ভক্ষ্যাভক্ষ্যঃ= পটল খোৱা নিষেধ, দিনৰ ২/৩৪/২৩ মি. পৰা মূলা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = স্থান পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে |
বৃষ = সন্মান বৃদ্ধি হোৱা দেখা যায় |
মিথুন = কাৰ্য্য সিদ্ধিৰ যোগ আছে |
কৰ্কট = প্ৰেমত বিফল হোৱা দেখা যায় |
সিংহ = শুভ সংবাদ লাভ কৰিব |
কন্যা = সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি |
তুলা = পদবীত উন্নতি লাভ কৰিব |
বৃশ্চিক = অযথা ব্যয় হোৱা দেখা যায় |
ধনু = কৰ্ম ক্ষেত্ৰত আনৰ পৰা প্ৰতাৰিত হব পাৰে |
মকৰ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = গুৰুত্ব হীনতা দেখা যায় |
মীন = কাৰ্য্যত সিদ্ধি লাভ কৰিব |