আজিৰ ৰাশিফল

Pc The Howler

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ১৯তাৰিখ মংগলবাৰ , ইংৰাজী ৪ জানুৱাৰী |
শুক্ল পক্ষ, দ্বিতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/২ মি.
সূৰ্য্যোস্থয় = ৪/৪১/৪৮ মি.

জন্মতঃ= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি ||

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ -শুক্ৰ |

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্মৰ শুভ আঁচনি হাতত লব |
বৃষ = সামাজিক মৰ্যাদা হানি হব পাৰে |
মিথুন = সঞ্চিত ধনৰ ক্ষতি হব পাৰে |
কৰ্কট = কৰ্মত সাফল্য অৰ্জন কৰিব |
সিংহ = প্ৰাপ্য ধনৰ অাগমন দেখা যায় |
কন্যা = আত্মীয়ৰ পৰা শুভ সংবাদ লাভ কৰিব |
তুলা = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ কৰিব |
বৃশ্চিক = কৰ্ম প্ৰাপ্তিৰ যোগ আছে |
ধনু = আৰ্থিক লাভৰ যোগ দেখা যায় |
মকৰ = মানসিক অশান্তি ভুগিব লগা হব পাৰে |
কুম্ভ = সম্পদ লাভ হোৱাৰ যোগ চলিছে |
মীন = এলাহ বৃদ্ধি হব |