আজিৰ ৰাশিফল

Pc Disha News India

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ১৫ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৩১ ডিচেম্বৰ |
কৃষ্ণা পক্ষ , দ্বাদশী তিথি, দিবা ১০/৪০/৫৬ মি. পৰা ত্রয়োদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৪/৫১ মি.
সূৰ্য্যোস্থয় = ৪/৩৮/৩৪ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য),

আদ্যঋতু হলে ঃ= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ – শনি ||

ভক্ষ্যাভক্ষ্যঃ= বেঙেনা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = নতুন কৰ্মৰ সঞ্চাৰ কৰিব পাৰিব |
বৃষ = জ্যেষ্ঠ জনে মনত কষ্ট দিব |
মিথুন = কনিষ্টৰে মত বিৰোধ ঘটিব |
কৰ্কট = কৰ্মত জটিলতা দেখা যায় |
সিংহ = মানসিক প্ৰশান্তি লাভ কৰিব |
কন্যা = পাৰিবাৰিক অশান্তি বৃদ্ধি হব |
তুলা = অকাৰনত ক্ৰোধ বৃদ্ধি হব |
বৃশ্চিক = মনৰ আশা পূৰন হব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = ৰাজ সন্মানৰ যোগ আছে |
কুম্ভ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
মীন = কৰ্মত অৱহেলা আহিব পাৰে |