আজিৰ ৰাশিফল

Pc Disha News India

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ৬ তাৰিখ বুধবাৰ , ইংৰাজী ২২ ডিচেম্বৰ |
শুক্ল পক্ষ, তৃতীয়া তিথি, সন্ধিয়া ৫/২৫/২৭ মি. পৰা চতুৰ্থী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১১/২৩ মি.
সূৰ্য্যোস্থয় = ৪/৩৩/২১ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱ গন, ছাগলীৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ – চন্দ্ৰ ||

ভক্ষ্যাভক্ষ্যঃ= পটল খোৱা নিষেধ , ৰাতি মূলা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক অশান্তিত ভুগিব |
বৃষ = মনত ভয় বৃদ্ধি হব |
মিথুন = সামাজিক ভাৱে প্ৰতিষ্ঠিত হব পাৰিব |
কৰ্কট = সমস্যা বৃদ্ধি হব পাৰে |
সিংহ = খং আৰু অভিমান বৃদ্ধি হব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ সহায় লাভ কৰিব |
বৃশ্চিক = পুৰনি মিত্রৰ সংগ লাভ |
ধনু = আত্মীয়ৰ লগত বিৰোধ ঘটিব পাৰে |
মকৰ = মনত নিৰাশা ভাব বৃদ্ধি হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = অযথা ব্যয় বৃদ্ধি হব |