আজিৰ ৰাশিফল

Pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ২ তাৰিখ শনিবাৰ , ইংৰাজী ১৮ ডিচেম্বৰ |
শুক্ল পক্ষ, পূৰ্ণিমা তিথি ||
* *
সূৰ্য্যোদয় = ৬/৯/১১ মি.
সূৰ্য্যোস্থয় = ৪/৩১/২৩ মি.

জন্মতঃ= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ – বৃহস্পতি ||

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = যশস্যা বৃদ্ধি ঘটিব |
বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = অযথা মনত চিন্তা বৃদ্ধি হব |
সিংহ = অনৰ্থক ব্যয় বৃদ্ধি হব |
কন্যা = হঠাৎ প্ৰাপ্তিৰ যোগ আছে |
তুলা = ঘৰলৈ ধনৰ আগমন বৃদ্ধি হব |
বৃশ্চিক = কৰ্মত ব্যস্ততা বাঢ়িব |
ধনু = কনিষ্ঠৰ পৰা মনত শান্তি পাব |
মকৰ = ৰোগে দেহাত কষ্ট দিব পাৰে |
কুম্ভ = মনত হতাশা বৃদ্ধি হব |
মীন = এলাহ বৃদ্ধি হোৱা দেখা যায় |