আজিৰ ৰাশিফল

Pc The indian Express

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ২৫ তাৰিখ শনিবাৰ , ইংৰাজী ১২ ডিচেম্বৰ |
শুক্ল পক্ষ, নৱমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৫/৩৯ মি.
সূৰ্য্যোস্থয় = ৪/২৯/১ মি.

জন্মতঃ= মীন ৰাশি (দ, চ), বিপ্ৰ বৰ্ন, মনুষ্য গন, অগ্নি যোগ, গৰুৰ অস্থি ||

আদ্যঋতু হলে ঃ= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ – মংগল || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= লাউ খোৱা নিষেধ, ৰাতি কলমৌ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সন্মান লাভ কৰাৰ যোগ চলিছে |
মিথুন = মনৰ আশা ভংগ হোৱা দেখা যায় |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশ পোৱাৰ যোগ আছে |
তুলা = সঞ্চয় বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = আত্মীয়ৰ আগমনত সুখ লাভ কৰিব |
ধনু = কৰ্মত ন্যাৰ্যপ্ৰাপ্তিৰ যোগ আছে |
মকৰ = এলাহ বৃদ্ধি পাব পাৰে |
কুম্ভ = মনৰ উতসাহ হ্ৰাস হব |
মীন = পুৰণি বন্ধুৰ আগমন ঘটিব |