আজিৰ ৰাশিফল

Pc Disha News India

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ২০ তাৰিখ মংগলবাৰ , ইংৰাজী ৭ ডিচেম্বৰ |
শুক্ল পক্ষ, চতুৰ্থী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১/৫৮ মি.
সূৰ্য্যোস্থয় = ৪/২৭/৪০ মি.

জন্মতঃ= ধনু ৰাশি (ভ, ধ, ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, মনুষ্য গন, গৰুৰ অস্থি | পুৱা ৭/৪৪/৫৯ মি. পৰা মকৰ ৰাশি (ক, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ ||

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ – শুক্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মৰ শুভ সংবাদ লাভ কৰিব |
বৃষ = সঞ্চিত অৰ্থৰ হানি হব পাৰে |
মিথুন = কৰ্ম মৰ্যদা লাভ কৰিব |
কৰ্কট = ধনৰ নতুন যোগাযোগ লাভ কৰিব |
সিংহ = ঋণ আদায় কৰিব পাৰিব |
কন্যা = পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব |
তুলা = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = এলাহ বৃদ্ধিয়ে ক্ষতি কৰিব |
ধনু = ধনাগম বৃদ্ধি হোৱাৰ যোগ আছে |
মকৰ = শত্রুৰ পৰা ভয় আছে |
কুম্ভ = সাবধান হব, অপমানৰ যোগ আছে |
মীন = সাহসৰ অভাৱ হোৱা দেখা যায় |