আজিৰ ৰাশিফল

Pc The Howler

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ১৯ তাৰিখ সোমবাৰ , ইংৰাজী ৬ ডিচেম্বৰ |
শুক্ল পক্ষ, তৃতীয়া তিথি ||
* *
সূৰ্য্যোদয় = ৬/১/৫ মি.
সূৰ্য্যোস্থয় = ৪/২৭/২৫ মি.

জন্মতঃ= ধনু ৰাশি (ভ, ধ, ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, মনুষ্য গন, গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ – শনি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= পটল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক অশান্তি বৃদ্ধি হব |
বৃষ = মনত ভয় বেচিকৈ হোৱা দেখা যায় |
মিথুন = সামাজিক প্ৰতিষ্ঠাৰ যোগ আছে |
কৰ্কট = সমস্যা বৃদ্ধি হব পাৰে |
সিংহ = খং আৰু অভিমান কমাই ৰাখিব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ পৰা সহায় লাভ কৰিব |
বৃশ্চিক = পুৰনি মিত্রক লগ পাৱ |
ধনু = আত্মীয়ৰ লগত বিৰোধ ঘটিব পাৰে |
মকৰ = মনত নিৰাশা দেখা দিব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = অযথা ব্যয় বৃদ্ধি হব |