আজিৰ ৰাশিফল

pc- news

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ১২ তাৰিখ সোমবাৰ , ইংৰাজী ২৯ নৱেম্বৰ |
কৃষ্ণ পক্ষ, দশমী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৫৬/৩৯ মি.
সূৰ্য্যোস্থয় = ৪/২৭/১০ মি.

জন্মতঃ= কন্যা ৰাশি (প, ঠ, ষ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, মনুষ্য গন, গৰুৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি – দুগ্ধ দান, অধিপতি গ্ৰহ – চন্দ্ৰ – বুধ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম প্ৰাপ্তিৰ সুন্দৰ যোগ আছে |
বৃষ = কণিষ্ঠৰ সৈতে মনোমালিন্য ঘটিব পাৰে |
মিথুন = সু – জ্ঞান লাভ কৰিব |
কৰ্কট = কৰ্মত যশস্যা বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
কন্যা = ঘৰুৱা উন্নতিৰ যোগ চলিছে |
তুলা = অযথা সময় ক্ষতি হব পাৰে |
বৃশ্চিক = সামাজিক সন্মান বৃদ্ধি হব |
ধনু = প্ৰেমত কণিষ্ঠৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব পাৰে |
কুম্ভ = পদ মৰ্যদা বৃদ্ধি পাব |
মীন = সঞ্চিত ধনৰ ক্ষতি হব পাৰে |