আজিৰ ৰাশিফল

Pc- India Tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ২০ তাৰিখ ৰবিবাৰ , ইংৰাজী ৭ নৱেম্বৰ |
শুক্লা পক্ষ, তৃতীয় তিথি, ৰাত্রি ৪/২১/৪২মি. পৰা চতুৰ্থী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৪০/৪০ মি.
সূৰ্য্যোস্থয় = ৪/৩৩/৫২ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰ বৰ্ন, বৰুণ যোগ, দেৱাৰি গন, হৰিণাৰ অস্থি, ৰাতি ৯/৫/৫৯মি. পৰা ধনু ৰাশি (ভ, ধ, ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক”লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ — শনি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= পটল খোৱা নিষেধ, ৰাত্রি মূলা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = নতুন যোগাযোগ লাভ কৰিব |
বৃষ = হাতলৈ ধন আহিব |
মিথুন = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কৰ্কট = ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব |
সিংহ = ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব |
কন্যা = ধন, সম্পদ লাভৰ যোগ আছে |
তুলা = দাম্পত্য জীৱনৰ সুখ বৃদ্ধি হব |
বৃশ্চিক = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
ধনু = মনৰ আশা পূৰন হোৱা দেখা যায় |
মকৰ = দ্ৰব্য লাভ কৰিব |
কুম্ভ = ভ্ৰমনত সফলতা অৰ্জন কৰিব |
মীন = অযথা ব্যয় হোৱা দেখা যায় |