আজিৰ ৰাশিফল

pc-kylethomosastrology

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২২ তাৰিখ বুধবাৰ , ইংৰাজী ৭ জুলাই |
কৃষ্ণ পক্ষ, ত্রয়োদশী তিথি |

সূৰ্য্যোদয় = ৪/৪১/৫০ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৩০ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), কৃত্তিকা নক্ষত্ৰ , শূদ্ৰ বৰ্ন, মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . বেঙেনা খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মনত নতুন আশাৰ সঞ্চাৰ হব | বৃষ = হঠাৎ মনোকষ্টত ভোগিব পাৰে |
মিথুন = কনিষ্টৰে বিৰোধ মনোভাৱ হব |
কৰ্কট = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
সিংহ = মানসিক ভাৱে অশান্তিত ভুগিব |
কন্যা = গৃহকন্দলে মনত অশান্তি দিব |
তুলা = হঠাতে ক্ৰোধ বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = মনৰ আশা পূৰন হোৱাৰ যোগ |
ধনু = উপস্থিত বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = ৰজা সন্মান লাভ কৰিবলৈ সক্ষম হব |
কুম্ভ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
মীন = কৰ্মত অৱহেলা হব পাৰে |