আজিৰ ৰাশিফল

Pc Betterhalf.ai

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১৪ তাৰিখ শনিবাৰ , ইংৰাজী ১ অক্টোবৰ |
শুক্লা পক্ষ , ষষ্ঠী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = অযথা ব্যয় বৃদ্ধি হব |
বৃষ = বন্ধুৰ সৈতে বিৰোধ হব পাৰে |
মিথুন = যশস্যা লাভ কৰিব পাৰিব |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অত্যাধিক ব্যয় হব পাৰে |
তুলা = কৰ্ম বিজয় দেখা যায় |
বৃশ্চিক = সমস্যাৰ সমাধান ঘটিব |
ধনু = ধনৰ আগমন দেখা যায় |
মকৰ = কৃতকাৰ্যতা লাভ কৰিব |
কুম্ভ = কৰ্মত জটিলতা দেখা দিব পাৰে |
মীন = মানসিক অশান্তিত ভুগিব পাৰে |