আজিৰ ৰাশিফল

Pc Everypixel

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১৩ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৩০ চেপ্তেম্বৰ |
শুক্লা পক্ষ , পঞ্চমী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = যাত্রাত শুভ আছে |
বৃষ = কৰ্মত উন্নতি যোগ আছে |
মিথুন = শাৰিৰীক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ পাব |
সিংহ = আত্মীয়ৰ আগমন ঘটিব |
কন্যা = ঠগৰ পৰা সাৱধান হব |
তুলা = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ কৰিব |
বৃশ্চিক = পুৰণি বন্ধু লাভ কৰিব |
ধনু = পাৰিবাৰিক অশান্তি ভোগ কৰিব |
মকৰ = অযথা ব্যয় বৃদ্ধি হব পাৰে |
কুম্ভ = কৰ্মমৰ্যদা লাভ কৰিব |
মীন = সামাজিক সুখ লাভ কৰিব |