আজিৰ ৰাশিফল

Pc Betterhalf.ai

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১১ তাৰিখ বুধবাৰ , ইংৰাজী ২৮ চেপ্তেম্বৰ |
শুক্লা পক্ষ , তৃতীয় তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= পটল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = সঞ্চয় বৃদ্ধি হব |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = কাৰ্য্যত সিদ্ধি লাভ হব |
কৰ্কট = জ্ঞান লাভ কৰিব পাৰিব |
সিংহ = আত্মীয় সুখ লাভ কৰিব |
কন্যা = মন পৰিবৰ্তন হব পাৰে |
তুলা = সমস্যাৰ সমাধান হব |
বৃশ্চিক = নতুন বন্ধু লাভ কৰিব |
ধনু = মানসিক অশান্তি বৃদ্ধি হব |
মকৰ = ভ্ৰমণত কষ্ট আছে |
কুম্ভ = কাৰ্য্য সুখ লাভ কৰিব |
মীন = কৰ্মত সুফল লাভ কৰিব |