আজিৰ ৰাশিফল

Pc India Today

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ৩০ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১৬ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , ষষ্ঠী তিথি ||
*

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = যশস্যা বৃদ্ধি হব |
বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = অযথা চিন্তা বৃদ্ধি হব |
সিংহ = ব্যয় বৃদ্ধি হব |
কন্যা = হঠাৎ প্ৰাপ্তিৰ যোগ আছে
তুলা = ধনৰ আগমন বৃদ্ধি হব |
বৃশ্চিক = কৰ্ম ব্যস্ততা বাঢ়িব |
ধনু = সৰুৰ পৰা মানসিক শান্তি লাভ কৰিব |
মকৰ = ৰোগে দেহাত কষ্ট দিব পাৰে |
কুম্ভ = মনত হতাশা বৃদ্ধি হব পাৰে |
মীন = এলাহ বৃদ্ধি হব |