আজিৰ ৰাশিফল

pc glamour

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ৩০ তাৰিখ ৰবিবাৰ , ইংৰাজী ১৩ ফেব্ৰুৱাৰী |
শুক্ল পক্ষ, দ্বাদশী তিথি, ৰাতি ৬/৪২/৪৬ মি. পৰা ত্রয়োদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৪/৩১ মি.
সূৰ্য্যোস্থয় = ৫/১১/১ মি.

জন্মতঃ= মিথুন ৰাশি (ক, ছ),বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ- চন্দ্ৰ, বুধ |

ভক্ষ্যাভক্ষ্যঃ= পূৰৈ শাক খোৱা নিষেধ, ৰাতি বেঙেনা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সামাজিক সন্মান বৃদ্ধি হব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশৰ ভয় আছে |
তুলা = নিজৰ সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = কৰ্মত ন্যাৰ্যপ্ৰাপ্তিৰ যোগ আছে |
মকৰ = মনত এলাহ বৃদ্ধি হব |
কুম্ভ = মনৰ উৎসাহ হ্ৰাস হব পাৰে |
মীন = পুৰণি বন্ধুৰ আগমন ঘটিব |