আজিৰ ৰাশিফল

pc. connect gujarat

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ২৮ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১১ ফেব্ৰুৱাৰী |
শুক্ল পক্ষ, দশমী তিথি, পুৱা ১/৫২/৩৮ মি. পৰা একাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৬/৩২ মি.
সূৰ্য্যোস্থয় = ৫/৯/৫২ মি.

জন্মতঃ= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেব গন, শ্বানৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ – বৃহস্পতি ||

 

ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = বিবাদ নিষ্পত্তি হব |
বৃষ = সন্মান বৃদ্ধি হব |
মিথুন = মানসিক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জেষ্ঠজনৰ পৰা দুঃসংবাদ লাভ কৰিব |
কন্যা = আত্মীয় সুখ লাভ কৰিব |
তুলা = পিতৃ-মাতৃৰ ৰোগ বৃদ্ধি হব |
বৃশ্চিক = সম্পদ বৃদ্ধি হব |
ধনু = কৰ্মত জটিলতা দেখা যায় |
মকৰ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব |
মীন = নতুন আশাৰ সঞ্চাৰ হব |