আজিৰ ৰাশিফল

p.c. CBC

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ২১ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৪ ফেব্ৰুৱাৰী |
শুক্ল পক্ষ, চতুৰ্থী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১০/১২ মি.
সূৰ্য্যোস্থয় = ৫/৪/৫৪ মি.

জন্মতঃ= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, মনুষ্য অস্থি ||

আদ্যঋতু হলে ঃ= দুৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ – মঙ্গল ||

ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = সঞ্চয় বৃদ্ধি হব |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = কাৰ্য্য সিদ্ধি হোৱাৰ যোগ আছে |
কৰ্কট = জ্ঞান লাভ কৰিবলৈ সুযোগ লাভ কৰিব |
সিংহ = আত্মীয় সুখ লাভ কৰিব |
কন্যা = মনৰ পৰিবৰ্তন হোৱা দেখা যায় |
তুলা = সমস্যা সমাধান কৰিব পাৰিব |
বৃশ্চিক = নতুন বন্ধু লাভ কৰিব |
ধনু = মানসিক অশান্তি বৃদ্ধি হব |
মকৰ = ভ্ৰমনত কষ্ট ভোগ কৰিব |
কুম্ভ = কাৰ্য্য সুখ অনুভৱ কৰিব |
মীন = কৰ্মত সাফল্য অৰ্জন কৰিব |