আজিৰ ৰাশিফল

p.c India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ১৯ তাৰিখ বুধবাৰ , ইংৰাজী ২ ফেব্ৰুৱাৰী |
শুক্ল পক্ষ, প্ৰতিপদ তিথি, দিবা ৮/৩১/৩৮ মি. পৰা দ্বিতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৬/১১/৫৮ মি.
সূৰ্য্যোস্থয় = ৫/৩/৫০ মি.

জন্মতঃ= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, দেবাৰী গন, কুম্ভীৰৰ অস্থি, পুৱা ৬/৪৫/৫৯ মি. পৰা কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, ||

আদ্যঋতু হলে ঃ= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ – শুক্ৰ ||

 

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = সামাজিক সন্মান বৃদ্ধি হব |
মিথুন = মানসিক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জেষ্ঠ জনৰ পৰা দুঃসংবাদ লাভ কৰিব |
কন্যা = আত্মীয় লোকৰ পৰা সুখ লাভ কৰিব |
তুলা = পিতৃ-মাতৃৰ ৰোগ বৃদ্ধি হব পাৰে |
বৃশ্চিক = সম্পদ বৃদ্ধি হোৱা দেখা যায় |
ধনু = কৰ্মত জটিলতা বৃদ্ধি হব পাৰে |
মকৰ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব |
মীন = মনত নতুন আশাৰ সঞ্চাৰ হব |