আজিৰ ৰাশিফল

Pc. IndiaTv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ১২ তাৰিখ বুধবাৰ , ইংৰাজী ২৬ জানুৱাৰী |
কৃষ্ণ পক্ষ, নৱমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৪/২০ মি.
সূৰ্য্যোস্থয় = ৪/৫৮/২১ মি.

জন্মতঃ= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ, দেব গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||

ভক্ষ্যাভক্ষ্যঃ= লাউ খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = সন্মান বৃদ্ধি হোৱা দেখা যায় |
মিথুন = মানসিক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জেষ্ঠজনৰ পৰা দুঃসংবাদ লাভ কৰিব |
কন্যা = আত্মীয় সুখ লাভ কৰিব |
তুলা = পিতৃ-মাতৃৰ ৰোগ বৃদ্ধি |
বৃশ্চিক = সম্পদ বৃদ্ধি হোৱা দেখা যায় |
ধনু = কৰ্মত জটিলতা দেখা যায় |
মকৰ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব পাৰে |
মীন = মনত নতুন আশাৰ সঞ্চাৰ হব