আজিৰ ৰাশিফল

Pc. IndiaTv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ৯ তাৰিখ ৰবিবাৰ , ইংৰাজী ২৩ জানুৱাৰী |
কৃষ্ণ পক্ষ, পঞ্চমী তিথি, পুৱা ৯/১২/২২ মি. পৰা ষষ্ঠী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৫/২০ মি.
সূৰ্য্যোস্থয় = ৪/৫৫/৩৯ মি.

জন্মতঃ= কন্যা ৰাশি (প, ঠ, ষ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন বায়ু যোগ, মনুষ্য গন, গৰুৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ, বুধ, পুৱা ১১/৯/২৫ মি. পৰা বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||

 

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সামাজিক সন্মান লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশ পাব পাৰে, সাবধান হব |
তুলা = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = কৰ্মত ন্যাৰ্যপ্ৰাপ্তিৰ যোগ আছে |
মকৰ = এলাহ বৃদ্ধি হব পাৰে |
কুম্ভ = মানসিক উৎসাহ হ্ৰাস হব পাৰে |
মীন = পুৰণি বন্ধুৰ আগমন ঘটিব