আজিৰ ৰাশিফল

p.c. MumbaiMirror

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি মাঘ মাহৰ ৮ তাৰিখ শনিবাৰ , ইংৰাজী ২২ জানুৱাৰী |
কৃষ্ণ পক্ষ, চতুৰ্থী তিথি, পুৱা ৯/১৪/৪০ মি. পৰা পঞ্চমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৫/৩৮ মি.
সূৰ্য্যোস্থয় = ৪/৫৪/৫৩ মি.

জন্মতঃ= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন বায়ু যোগ, মনুষ্য গন, বান্দৰৰ অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ, বুধ ||

 

ভক্ষ্যাভক্ষ্যঃ= বেল খোৱা নিষেধ, ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক দুঃচিন্তাত ভুগিব লগা হব |
বৃষ = আত্মীয়ৰ লগত সুখ লাভ কৰিব |
মিথুন = আনৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = অভিমানত আঘাত লাগিব পাৰে |
সিংহ = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
কন্যা = কৰ্মত নতুন যোগাযোগ লাভ কৰিব |
তুলা = সামাজিক মান আৰু যশ বৃদ্ধি হব |
বৃশ্চিক = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
ধনু = প্ৰাপ্য ধন আদায় কৰিব পাৰিব |
মকৰ = সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |
কুম্ভ = সাধৰন আঘাত পোৱা দেখা যায় |
মীন = শত্রুৰ পৰা সাৱধান হব |