আজিৰ ৰাশিফল

p.c Freepik

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ২৮ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১৩ জানুৱাৰী |
শুক্ল পক্ষ, একাদশী তিথি, ৰাতি ৭/৩২/১৮মি. পৰা দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/৫৫ মি.
সূৰ্য্যোস্থয় = ৪/৪৭/৫০ মি.

জন্মতঃ= বৃষ ৰাশি (ই, উ, ব), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰী গন, ছাগলী অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ – বৃহস্পতি ||

ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ, ৰাতি, পূৰৈ শাক খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = শত্রুৰ পৰা ভয় আছে |
বৃষ = গৃহত অশান্তি দেখা যায় |
মিথুন = বন্ধুৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = ব্যস্ততা বৃদ্ধি হব |
সিংহ = মনৰ উৎসাহ হ্ৰাস হব পাৰে |
কন্যা = ভ্ৰমনত সুখ লাভ কৰিব |
তুলা = দেহ পীড়াই দেহত কষ্ট দিব |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি হব |
ধনু = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
মকৰ = কাৰ্য্য দক্ষতা বৃদ্ধি হব |
কুম্ভ = যাত্রাত বিঘিনি ঘটাব পাৰে |
মীন = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |