আজিৰ ৰাশিফল

Pc. IndiaTv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ২৭ তাৰিখ বুধবাৰ , ইংৰাজী ১২ জানুৱাৰী |
শুক্ল পক্ষ, দশমী তিথি, দিনৰ ৪/৪৯/৫০ মি. পৰা একাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৬/৪৮ মি.
সূৰ্য্যোস্থয় = ৪/৪৭/৯ মি.

জন্মতঃ= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে ঃ= দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান, অধিপতি গ্ৰহ – ৰাহু-কেতু ||

ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ, ৰাতি, উৰহী খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = সন্মান বৃদ্ধি হোৱা যোগ আছে |
মিথুন = মানসিক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জ্যেষ্ঠ জনৰ পৰা দুঃসংবাদ লাভ কৰিব |
কন্যা = আত্মীয়ৰ পৰা সুখ লাভ কৰিব |
তুলা = পিতৃ-মাতৃৰ ৰোগ বৃদ্ধি |
বৃশ্চিক = সম্পদ লাভ কৰিব পাৰিব |
ধনু = কৰ্মত জটিলতা বৃদ্ধি হব |
মকৰ =ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব |
মীন = মনত নতুন আশাৰ সঞ্চাৰ হব |