আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ৬ তাৰিখ শুক্ৰবাৰ, ইংৰাজী ২১ মে | শুক্লাপক্ষ, নৱমী তিথি, দিবা ১১/১০/২০মি. পৰা দশমী তিথি |

সূৰ্য্যোদয় = ৪/৩৮/২৪মি.
সূৰ্য্যোস্থয় = ৬/১/৫৯ মি.

জন্মত= সিংহ ৰাশি, মনুষ্য গন, ক্ষত্রিয় বৰ্ন, বান্দৰৰ অস্থি, বায়ু যোগ ||

আদ্যঋতু হলে= ৭ দিনিয়া কান্তা যোগ ||

আজিৰ ৰাশিফলঃ =

মেষ= ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব |
বৃষ = বন্ধৰ সহায় লাভ কৰিব |
মিথুন = গৃহ অশান্তিয়ে মনত কষ্ট দিব |
কৰ্কট = চলিথকা সমস্যা সমাধান কৰিব পাৰিব |
সিংহ= শুভ কাৰ্য্য সিদ্ধি লাভ কৰিব |
কন্যা = শুভ সংবাদে মনত আনন্দ দিব |
তুলা = সাধাৰণ ভাৱে আঘাত পাব পাৰে, সাবধান হব |
বৃশ্চিক = ভোজন সুখত আনন্দিত হব |
ধনু = ভ্ৰমণ যোগ আছে যদিও সাবধান হব, কষ্ট পাব পাৰে |
মকৰ= গৃহ বিবাদে ঘৰুৱা পৰিবেশ নষ্ট কৰিব |
কুম্ভ = বন্ধুৰ লগত মনোমালিন্য ঘটিব পাৰে |
মীন = সমস্যা বৃদ্ধিয়ে মন অশান্ত কৰিব |