আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ || যোগাযোগৰ বাবে = 9101835041, 9854200799

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ৫ তাৰিখ বৃহস্পতিবাৰ, ইংৰাজী ২০ মে | শুক্লাপক্ষ, অষ্টমী তিথি, দিবা ১২/২৩/২২ মি. পৰা নৱমী তিথি |

সূৰ্য্যোদয় = ৪/৩৮/৫৪ মি.
সূৰ্য্যোস্থয় = ৬/১/৫১ মি.

জন্মত= সিংহ ৰাশি, দেৱাৰি গন, ক্ষত্রিয় বৰ্ন, বান্দৰৰ অস্থি, বায়ু যোগ ||

আদ্যঋতু হলে= ৭ দিনিয়া কান্তা যোগ ||

আজিৰ ৰাশিফলঃ =

মেষ= অযথা খৰচ বৃদ্ধি হব |
বৃষ = প্ৰিয় বন্ধুৰ লগত বিশ্চেদ হব পাৰে |
মিথুন = যশস্যা লাভে মনত আনন্দ দিব |
কৰ্কট = সাবধান হব, প্ৰতাৰিত হোৱাৰ যোগ আছে |
সিংহ= পুৰণি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক ব্যয়ে মনত কষ্ট দিব |
তুলা = কৰ্মত উন্নতি লাভ কৰিব |
বৃশ্চিক = নিজৰ সমস্যা সমাধান কৰিব পাৰিব |
ধনু = ধনাগম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |
মকৰ= কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হব |
কুম্ভ = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
মীন = কোনো কাৰনত মানসিক অশান্তি পাব |