আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-NCB

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ১২ তাৰিখ ৰবিবাৰ , ইংৰাজী ২৯ আগষ্ট |
কৃষ্ণ পক্ষ, সপ্তমী তিথি | ৰাতি ১১/২৫/৫৯ মি. পৰা অষ্টমী তিথি ||
**
সূৰ্য্যোদয় = ৫/৬/৫৮ মি.
সূৰ্য্যোস্থয় = ৫/৪২/৪২ মি.

জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰী গন, ছাগলী অস্থি || পুৱা ১০/২০/৩৯ মি. পৰা বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান , অধিপতি গ্ৰহ বৃহস্পতি | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তাল খোৱা নিষেধ , ৰাতি নাৰিকল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = নতুন আশাৰ সঞ্চাৰ হব | বৃষ = হঠাৎ মনোকষ্টত ভোগিব পাৰে |
মিথুন = কনিষ্টৰে মতবিৰোধ ঘতিব |
কৰ্কট = কৰ্মত জটিলতা আহিব |
সিংহ = মানসিক অশান্তিত ভুগিব |
কন্যা = গৃহ কন্দল হোৱাৰ যোগ আছে |
তুলা = মনত ক্ৰোধ বৃদ্ধি হব |
বৃশ্চিক = মনৰ আশা পূৰন কৰিব পাৰিব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = ৰাজ সন্মান পোৱাৰ যোগ আছে |
কুম্ভ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
মীন = কৰ্মৰ প্ৰতি অনীহা দেখা দিব পাৰে |