আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ১১ তাৰিখ শনিবাৰ , ইংৰাজী ২৮ আগষ্ট |
কৃষ্ণ পক্ষ, ষষ্ঠী তিথি | ৰাতি ৮/৫৬/৪০মি. পৰা সপ্তমী তিথি ||
**
সূৰ্য্যোদয় = ৫/৫/৩৯ মি.
সূৰ্য্যোস্থয় = ৫/৪৩/৩৯ মি.

জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে= দু্ঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই দান, অধিপতি গ্ৰহ ৰাহুকেতু || _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তিতা খোৱা নিষেধ , ৰাতি তাল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = যাত্রাত শুভ ফল পাব | বৃষ = কৰ্মত উন্নতি সাধন কৰিব পাৰিব |
মিথুন = শাৰীৰিক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = আত্মীয়ৰ আগমন ঘটিব |
কন্যা = ঠগ _ প্ৰৱঞ্চকৰ পৰা সাৱধান হব |
তুলা = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ কৰিব
বৃশ্চিক = পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব |
ধনু = পাৰিবাৰিক অশান্তি বৃদ্ধি হব |
মকৰ = অযথা ব্যয় বৃদ্ধি হব |
কুম্ভ = নিজৰ কামত মৰ্যাদা লাভ কৰিব |
মীন = সামাজিক সন্মান লাভ কৰিব |