আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
_যোগাযোগৰ বাবে =_ 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ৯ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২৬ আগষ্ট |
কৃষ্ণ পক্ষ, চতুৰ্থী তিথি | আবেলি ৫/১৩/৫১ মি. পৰা পঞ্চমী তিথি ||
**
সূৰ্য্যোদয় = ৫/৪/৪১ মি.
সূৰ্য্যোস্থয় = ৫/৪৫/৩৮ মি.

*জন্মত=* মীনৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, দেৱ গন, হাতীৰ অস্থি ||

*আদ্যঋতু হলে=* দু্ঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই দান, অধিপতি গ্ৰহ ৰাহু_কেতু ||_ _ _ _
**ভক্ষ্যাভক্ষ্যঃ** . মূলা খোৱা নিষেধ , ৰাতি বেল খোৱা নিষেধ || _ _ _ _ _ _
*আজিৰ ৰাশিফলঃ* =
মেষ = মান _ যশস্যা বৃদ্ধি ঘটিব | বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = অযথা চিন্তাই মন অশান্ত কৰিব |
সিংহ = অনৰ্থক ব্যয় বৃদ্ধি পাব |
কন্যা = হঠাৎ প্ৰাপ্তিৰ যোগ চলিছে |
তুলা = ধনৰ আগমন বৃদ্ধি হব |
বৃশ্চিক = কৰ্ম ব্যস্ততাৰে পাৰ হব দিনটো |
ধনু = কনিষ্ঠৰ পৰা মানসিক শান্তি পাব |
মকৰ = ৰোগে দেহাত কষ্ট দিব |
কুম্ভ = মনৰ হতাশা বৃদ্ধি হব পাৰে |
মীন = এলাহ বৃদ্ধি হোৱা দেখা যায় |