আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
_যোগাযোগৰ বাবে =_ 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ৭ তাৰিখ মংগলবাৰ , ইংৰাজী ২৪ আগষ্ট |
শুক্লা পক্ষ, দ্বিতীয় তিথি | সন্ধিয়া ৪/৪/৫৭ মি. পৰা তৃতীয় তিথি ||
*ৰাখীবন্ধন*
সূৰ্য্যোদয় = ৫/৩/৫২ মি.
সূৰ্য্যোস্থয় = ৫/৪৭/৩৮ মি.

*জন্মত=* কুম্ভ ৰাশি, (গ, স, শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, মনুষ্যৰ অস্থি | দিবা ১/৩৯/৫৯ মি. পৰা মীনৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, ||

*আদ্যঋতু হলে=* দু্ৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ মঙ্গল ||_ _ _ _
**ভক্ষ্যাভক্ষ্যঃ** . তিতা খোৱা নিষেধ , ৰাতি পটল খোৱা নিষেধ || _ _ _ _ _ _
*আজিৰ ৰাশিফলঃ* =
মেষ = অৰ্থ প্ৰাপ্তিৰ যোগ আছে | বৃষ = কৰ্মত ব্যস্ততা বৃদ্ধি পাব
মিথুন = সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি |
কৰ্কট = এলাহ বৃদ্ধি হোৱা দেখা যায় |
সিংহ = খ্যাতি অৰ্জন কৰিব পাৰিব |
কন্যা = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
তুলা = কৰ্ম ক্ষেত্ৰত বাধা _ বিঘিনি সৃষ্টি হব |
বৃশ্চিক = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
ধনু = যশস্যা লাভ কৰিবলৈ সক্ষম হব |
মকৰ = আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব |
মীন = মনত খেলি_মেলিৰ সৃষ্টি হব |