আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-dreamstime

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি ভাদ মাহৰ ২ তাৰিখ বৃহস্পতি বাৰ , ইংৰাজী ১৯ আগষ্ট |
শুক্লা পক্ষ, দ্বাদশী তিথি |

সূৰ্য্যোদয় = ৫/২/৫২ মি.
সূৰ্য্যোস্থয় = ৫/৫২/১ মি.

জন্মত= ধনু ৰাশি (ধ, ভ , ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, মনুষ্য গন, গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা ছাগলী বা গৰু দান, অধিপতি গ্ৰহ শনি ||_ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পূৰৈশাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ৰাজশত্রুৰ পৰা ভয় আছে | বৃষ = গৃহ অশান্তিত ভুগিব |
মিথুন = বন্ধুৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
সিংহ = মানসিক উতসাহ হ্ৰাস পাব |
কন্যা = দুৰ ভ্ৰমণত সুখ লাভ কৰিব |
তুলা = দেহপীড়াত ভোগিব পাৰে |
বৃশ্চিক = অৰ্থাগম বৃদ্ধি পাব |
ধনু = সঞ্চয় বৃদ্ধি হব |
মকৰ = সু_কাৰ্যদক্ষতাৰ পৰিচয় দিব পাৰিব |
কুম্ভ = যাত্রাত বিঘিনি ঘটাব |
মীন = সমস্যাৰ সমাধান হব |