আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
_যোগাযোগৰ বাবে =_ 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ৩০ তাৰিখ সোমবাৰ , ইংৰাজী ১৬ আগষ্ট |
শুক্লা পক্ষ, পুৱা ৭/৪৫/৪৭ মি. পৰা নৱমী তিথি |

সূৰ্য্যোদয় = ৫/০/৪০ মি.
সূৰ্য্যোস্থয় = ৫/৫৪/৩১ মি.

*জন্মত=* বৃশ্চিক ৰাশি (ন, য), বিপ্ৰবৰ্ন, বৰুন যোগ, দেৱ গন, মৃগৰ অস্থি ||

*আদ্যঋতু হলে=* পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা ছাগলী বা গৰু দান, অধিপতি গ্ৰহ শনি ||_ _ _ _
**ভক্ষ্যাভক্ষ্যঃ** . লাউ খোৱা নিষেধ || _ _ _ _ _ _
*আজিৰ ৰাশিফলঃ* =
মেষ = যাত্রাত শুভ পাব |

বৃষ = কৰ্মত উন্নতি সাধন কৰিব |
মিথুন = শাৰিৰীক কষ্ট পোৱা দেখা যায় |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = আত্মীয়ৰ আগমন ঘটিব |
কন্যা = প্ৰৱঞ্চকৰ পৰা সাৱধান হব |
তুলা = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ কৰিব |
বৃশ্চিক = পুৰনি বন্ধুৰ আগমন ঘটিব |
ধনু = পাৰিবাৰিক অশান্তি ভোগ কৰিব |
মকৰ = অযথা ব্যয় হব পাৰে |
কুম্ভ = কৰ্মমৰ্যদা লাভ কৰিব |
মীন = সামাজিক সন্মান লাভ কৰিব |