আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ২৯ তাৰিখ ৰবিবাৰ , ইংৰাজী ১৫ আগষ্ট |
শুক্লা পক্ষ, সপ্তমী তিথি, পুৱা ৯/৫১/৫ মি. পৰা অষ্টমী তিথি |

সূৰ্য্যোদয় = ৪/৫৯/৫৫ মি.
সূৰ্য্যোস্থয় = ৫/৫৫/২৭ মি.

জন্মত= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন বৰুন যোগ, দেৱ গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজহাঁহ দান, অধিপতি গ্ৰহ ৰবি ||_ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তাল খোৱা নিষেধ || দিনৰ ৯/৫১/৫ মি. পৰা নাৰিকল আৰু আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = গৃহ অশান্তিত ভুগিব | বৃষ = মনৰ আশা ভংগ হব |
মিথুন = যশস্যা লাভ কৰিব পাৰিব |
কৰ্কট = ভ্ৰমণত কষ্ট পাব পাৰে |
সিংহ = কৰ্মত সফলতা লাভ কৰিব |
কন্যা = সন্মান বৃদ্ধি হব |
তুলা = নিজৰ দায়িত্ব বৃদ্ধি পাব |
বৃশ্চিক = মৰমত সংঘাত বাঢ়িব পাৰে |
ধনু = আত্মীয়ৰ আগমন ঘটিব |
মকৰ = অপযশ পোৱাৰ যোগ আছে |
কুম্ভ = ধনাগম বৃদ্ধি হব |
মীন = নতুন বন্ধু লাভ কৰিব |