আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
_যোগাযোগৰ বাবে =_ 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ২০ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৬ আগষ্ট |
কৃষ্ণপক্ষ, ত্রয়োদশী তিথি , দিবা ৬/২৮মি. পৰা চতুৰ্দশী তিথি ||

সূৰ্য্যোদয় = ৪/৫৬/৫৮ মি.
সূৰ্য্যোস্থয় = ৬/২/৪৩ মি.

*জন্মত=* মিথুন ৰাশি (ক, ছ), আদ্ৰা নক্ষত্র, বৈশ্য বৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি, পুৱা ৬/৩৮/৯ মি. পৰা পূৰ্ণৰ্ব্বসু নক্ষত্র, দেৱ গন, বৰাহৰ অস্থি ||

*আদ্যঋতু হলে=* পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ বৃহস্পতি || _ _ _ _
**ভক্ষ্যাভক্ষ্যঃ** . বেঙেনা খোৱা নিষেধ | ৰাতি আমিষ খোৱা নিষেধ || _ _ _ _ _ _
*আজিৰ ৰাশিফলঃ* =
মেষ = কৰ্ম প্ৰাপ্তিৰ সুন্দৰ যোগ আছে | বৃষ = কনিষ্ঠৰ লগত বিৰোধ ঘটিব |
মিথুন = জ্ঞান লাভ কৰিবলৈ সক্ষম হব |
কৰ্কট = মান/যশ বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি হব |
কন্যা = গৃহত উন্নতি হোৱা দেখা যায় |
তুলা = হঠাৎ ক্ষতিৰ সন্মুখীন হব |
বৃশ্চিক = সামাজিক ভাৱে প্ৰশান্তি লাভিব |
ধনু = কনিষ্ঠৰ পৰা সহায় পাব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব |
কুম্ভ = পদ মৰ্যদা লাভ কৰিব |
মীন = ব্যয় অধিক হব পাৰে |