আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ১৯ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৫ আগষ্ট |
কৃষ্ণপক্ষ, দ্বাদশী তিথি | সন্ধিয়া ৫/৯/৪০মি.পৰা ত্রয়োদশী তিথি ||

সূৰ্য্যোদয় = ৪/৫৫/৩২ মি.
সূৰ্য্যোস্থয় = ৬/৩/৪০ মি.

জন্মত= মিথুন ৰাশি (ক, ছ), আদ্ৰা নক্ষত্র , বৈশ্য বৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ বৃহস্পতি || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পূৰৈশাক খোৱা নিষেধ | ৰাতি বেঙেনা খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অৰ্থ প্ৰাপ্তিৰ যোগ আছে | বৃষ = কৰ্মত ব্যস্ততা বৃদ্ধি পাব |
মিথুন = সমস্যা বৃদ্ধিয়ে চিন্তাত পেলাব |
কৰ্কট = এলাহৰ বাবে ক্ষতি হব |
সিংহ = খ্যাতি লাভ কৰিবলৈ সমৰ্থ হব |
কন্যা = সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |
তুলা = কৰ্মত বাধা _ বিঘিনী ঘতিব |
বৃশ্চিক = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
ধনু = যশস্যা বৃদ্ধি হোৱা দেখা যায় |
মকৰ = আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = প্ৰতিভা প্ৰকাশ কৰাৰ সুবিধা পাব |
মীন = মনত খেলিমেলিৰ সৃষ্টি হব |