আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-wallpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ১০ তাৰিখ মংগলবাৰ , ইংৰাজী ২৭ জুলাই |
কৃষ্ণপক্ষ, চতুৰ্থী তিথি ||

সূৰ্য্যোদয় = ৪/৫০/৩২ মি.
সূৰ্য্যোস্থয় = ৬/৯/৪৭ মি.

জন্মত= কুম্ভ ৰাশি (গ, স, শ), ধনিষ্ঠা নক্ষত্র, বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰী গন, মনুষ্যৰ অস্থি, | পুৱা ১০/১৪/৪০ মি. পৰা মনুষ্য গন ||

আদ্যঋতু হলে= দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ মঙ্গল || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . মূলা খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সমস্যাৰ সমাধান কৰিব পাৰিব | বৃষ = কৰ্মত পৰিবৰ্তন অাহিব পাৰে |
মিথুন = মনৰ আশা ত্যাগ কৰিব লগীয়া হব |
কৰ্কট = দুঃসংবাদ লাভ কৰিব |
সিংহ = হঠাৎ আয় বৃদ্ধি হব |
কন্যা = পুৰণি ঋণ পৰিশোধ কৰিব পাৰিব |
তুলা = সঞ্চয় বৃদ্ধি কৰাৰ সুবিধা পাব |
বৃশ্চিক = হেৰোৱা সম্পদ উদ্ধাৰ হব |
ধনু = আত্মীয়ৰ লগত মনোমালিন্য ঘটিব পাৰে |
মকৰ = সিদ্ধান্ত লওঁতে খেলিমেলি হব পাৰে |
কুম্ভ = এলাহে সমস্যা বৃদ্ধি কৰিব পাৰে |
মীন = ধন অধিক ব্যয় হব পাৰে |