আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-the astrologer

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ৫ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২২ জুলাই |
শুক্লা পক্ষ, ত্রয়োদশী তিথি, দিবা ১/৩২/৯মি. পৰা চতুৰ্দশী তিথি ||

সূৰ্য্যোদয় = ৪/৪৮/১ মি.
সূৰ্য্যোস্থয় = ৬/১১/৩১ মি.

জন্মত= ধনু ৰাশি (ভ, ধ, ফ), মূলা নক্ষত্র, ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰী গন , গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . বেঙেনা খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আনৰ দ্বাৰা ক্ষতি হব পাৰে | বৃষ = মানসিক ভাৱে শান্তি পাব |
মিথুন = প্ৰাপ্যৰ পৰা বঞ্চিত হব |
কৰ্কট = সত বন্ধু লাভ কৰিব |
সিংহ = ভ্ৰমণ যোগ চলি আছে |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হোৱাৰ দিশে |
বৃশ্চিক = আশা ত্যাগ কৰিব লগীয়া হব পাৰে |
ধনু = কাৰ্য্য সিদ্ধি কৰিবলৈ সক্ষম হব |
মকৰ = দ্ৰব্য লাভ কৰিবলৈ পাৰিব |
কুম্ভ = ভ্ৰমণত শুভ ফল দেখা যায় |
মীন = শুভ সংবাদ লাভ কৰিব |