আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-kylethomosastrology

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি শাওঁন মাহৰ ৩ তাৰিখ মংগলবাৰ , ইংৰাজী ২০ জুলাই |
শুক্লা পক্ষ, একাদশী তিথি ||

সূৰ্য্যোদয় = ৪/৪৬/৫০ মি.
সূৰ্য্যোস্থয় = ৬/১২/৩০ মি.

জন্মত= বৃশ্চিক ৰাশি (ন, য), অনুৰাধা নক্ষত্র, বিপ্ৰ বৰ্ন, বৰুণ যোগ, দেৱ গন, পহুৰ অস্থি ||

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পূৰৈ শাক খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ধন _ টকা ব্যয় হব পাৰে | বৃষ = বন্ধুৰ লগত বিশ্চেদ হোৱাৰ যোগ আছে |
মিথুন = সামাজিক যশস্যা লাভ কৰিব |
কৰ্কট = কাৰোৱাৰ পৰা প্ৰতাৰিত হব |
সিংহ = পুৰনি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = হঠাৎ অধিক মাত্ৰাত খৰচ হব |
তুলা = কৰ্মত সফলতা অৰ্জন কৰিব |
বৃশ্চিক = সমস্যা সমাধান কৰাৰ সুযোগ পাব |
ধনু = অায় বৃদ্ধি হোৱা দেখা যায় |
মকৰ = কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হব |
কুম্ভ = কৰ্মত জটিলতা আহিব পাৰে |
মীন = মানসিক অশান্তিয়ে দেখা দিব |