আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা || যোগাযোগৰ বাবে = 9101835041, 9854200799

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২ তাৰিখ সোমবাৰ, ইংৰাজী ১৭মে | শুক্লাপক্ষ, পঞ্চমী তিথি, দিবা ১১/৩৪/১৩মি. পৰা ষষ্ঠী তিথি |

সূৰ্য্যোদয় = ৪/৪০/২১ মি.
সূৰ্য্যোস্থয় = ৫/৫৯/২৩ মি.

জন্মত= মিথুন ৰাশি, বৈশ্যবৰ্ন, দেৱগন, বৰাহৰ অস্থি, মাহেন্দ্ৰ যোগ ||

আদ্যঋতু হলে= ৭ দিনিয়া কান্তা যোগ ||

আজিৰ ৰাশিফলঃ =

মেষ= মনত নতুন আশাৰ সঞ্চাৰ হব |
বৃষ = হঠাৎ কোনো কাৰনত মনত কষ্ট পব |
মিথুন = কণিষ্ঠৰে মনবিৰোধ হব পাৰে |
কৰ্কট = কৰ্মক্ষেত্ৰত জটিলতা বৃদ্ধি হব |
সিংহ= মানসিকভাৱে প্ৰশান্তি লাভ কৰিব |
কন্যা = গৃহকন্দলে মন ভাঢ়াক্ৰান্ত কৰিব |
তুলা = কোনো কাৰণত ক্ৰোধিত হব পাৰে |
বৃশ্চিক = মনৰ আশা পূৰন হব |
ধনু = বুদ্ধি নাশ হব পাৰে, সাবধান হব |
মকৰ= ৰাজ সন্মান লাভ কৰিব পাৰে |
কুম্ভ = ৰোগ আৰোগ্যৰ দিন |
মীন = কৰ্মত অৱহেলা কৰিলে ক্ষতি হব |