আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

pc-kylethomosastrology

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ৩০ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজীৰ ১৫ জুলাই |
শুক্লা পঞ্চমী তিথি | পুৱা ৭/১৬/৪২ মি. পৰা ষষ্ঠী তিথি ||

সূৰ্য্যোদয় = ৪/৪৪/৩৯ মি.
সূৰ্য্যোস্থয় = ৬/১৪/৯ মি.

জন্মত= সিংহ ৰাশি (ম, ট), উত্তৰফল্গুনী নক্ষত্র, ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, মনুষ্য গন, গৰুৰ অস্থি | পুৱা ৯/৪০/৪৯ মি. পৰা কন্যা ৰাশি, (প, ঠ,), শূদ্ৰ বৰ্ন, মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি _ দুগ্ধ দান || ৰাতি ৩/২১/৩২ মি. পৰা বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজহাঁহ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . . তিতা খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = স্থান পৰিবৰ্তন হোৱাৰ যোগ আছে | বৃষ = সামাজিক সন্মান লাভ হব |
মিথুন = কাৰ্য্য সিদ্ধি কৰিবলৈ সক্ষম হব |
কৰ্কট = প্ৰেমত বিফল হব পাৰে |
সিংহ = শুভ সংবাদে মনত আনন্দ দিব |
কন্যা = সমস্যা বৃদ্ধি হোৱা দেখা যায় |
তুলা = পদবী লাভ কৰিবলৈ পাৰিব |
বৃশ্চিক = অযথা ব্যয় বৃদ্ধি হব |
ধনু = কৰ্মত প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে |
মকৰ = এলাহ বৃদ্ধিৰ বাবে সমস্যা বাঢ়িব পাৰে |
কুম্ভ = গুৰুত্বৰ অভাৱ দেখা যায় |
মীন = কাৰ্য্য সিদ্ধি কৰিব পাৰিব |