আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-walpapersafari

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ২৮ তাৰিখ মংগলবাৰ , ইংৰাজী ১৩ জুলাই |
শুক্লা পক্ষ, তৃতীয় তিথি | পুৱা ৮/২৪/২৮ মি. পৰা চতুৰ্থী তিথি ||

সূৰ্য্যোদয় = ৪/৪৩/৪৮ মি.
সূৰ্য্যোস্থয় = ৬/১৪/৩৮ মি.

জন্মত= সিংহ ৰাশি (ম, ট), মঘা নক্ষত্র, ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱাৰী গন, বান্দৰৰ অস্থি ||

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি _ দুগ্ধ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . মূলা খোৱা নিষেধ | | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম প্ৰাপ্তিৰ যোগ চলি আছে | বৃষ = কনিষ্ঠ লোকৰ লগত বিৰোধ হব |
মিথুন = জ্ঞান লাভ কৰিব পাৰিব |
কৰ্কট = যশ / সন্মান বৃদ্ধি হব |
সিংহ = কৰ্ম জটিলতাত ভুগিব |
কন্যা = গৃহ উন্নতিৰ যোগ আছে |
তুলা = আৰ্থিক বা দৈহিক ক্ষতি হব |
বৃশ্চিক = সামাজিক ভাৱে প্ৰশান্তি লভিব |
ধনু = কনিষ্ঠৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন হ্ৰাস হব |
কুম্ভ = পদমৰ্যদা লাভ কৰিবলৈ সক্ষম হব |
মীন = অনৰ্থক ব্যয় বৃদ্ধি হব পাৰে |