আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-cbc.ca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ১৯ তাৰিখ ৰবিবাৰ , ইংৰাজী ৪ জুলাই |
কৃষ্ণ পক্ষ, দশমী তিথি, দিনৰ ৭/৫৫/৫৭ মি. পৰা একাদশী তিথি |

সূৰ্য্যোদয় = ৪/৪০/১৭ মি.
সূৰ্য্যোস্থয় = ৬/১৫/৫০ মি.

*জন্মত= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, ঘোঁৰাৰ অস্থি || পুৱা ৯/৬/৫৯ মি. পৰা মনুষ্য গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে= দুঃ শীলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক’লা পাৰ চৰাই এজোৰ দান || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . কলমৌ খোৱা নিষেধ | _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ব্যয় হব পাৰে | বৃষ = বন্ধুৰ লগত বিশ্চেদ ঘটিব পাৰে |
মিথুন = যশস্যা লাভ হোৱাৰ যোগ আছে |
কৰ্কট = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অনৰ্থক অধিক ব্যয় হব |
তুলা = কৰ্মত বিজয় সাব্যস্ত কৰিব পাৰিব |
বৃশ্চিক = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৰ্মত কৃতকাৰ্যতা লাভ কৰিব |
কুম্ভ = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
মীন = মানসিক অশান্তিয়ে মন ভাৰাক্ৰান্ত কৰিব |