আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ১৩ তাৰিখ সোমবাৰ , ইংৰাজী ২৮ জুন |
কৃষ্ণ পক্ষ, চতুৰ্থী তিথি দিনৰ ২/১৬/৫৯ মি. পৰা পঞ্চমী তিথি |

সূৰ্য্যোদয় = ৪/৩৭/৫৬ মি.
সূৰ্য্যোস্থয় = ৬/১৫/২০ মি.

জন্মত= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰী গন, কুম্ভীৰৰ অস্থি || দিবা ১/০/১২মি. পৰা কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱাৰী গন, কুম্ভীৰৰ অস্থি ||

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্মত পৰিবৰ্তন অাহিব. পাৰে |
বৃষ = সমস্যা সমাধানৰ সুযোগ লাভ কৰিব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = হঠাৎ নিজৰ দায়িত্ব বৃদ্ধি পাব |
সিংহ = জ্ঞান লাভৰ সুযোগ পাব |
কন্যা = হতাশাই মনক আমনি কৰিব |
তুলা = এলাহ বৃদ্ধিয়ে ক্ষতি কৰিব |
বৃশ্চিক = ভ্ৰমনৰ বাবে যোগাযোগ পাব |
ধনু = উপযুক্ত সময়ত বুদ্ধি ভ্ৰষ্ট হব |
মকৰ = মনৰ আশা ত্যাগ কৰিব লগীয়া হব পাৰে |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হোৱাৰ যোগ আছে |